জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিহত ২ জন সন্ত্ৰাসবাদী

নিউজ ডেস্ক : দেওবাৰে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে কুপৱাৰাৰ মাচিল অঞ্চলৰ টেক্ৰি নাৰত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত দুজন সন্ত্ৰাসবাদীক এনকাউন্টাৰ কৰে।
বাতৰি অনুসৰি, আৰক্ষীয়ে নিহত হোৱা অচিনাক্ত সন্ত্ৰাসবাদী দুজনৰ ওচৰৰ পৰা দুটা একে ৪৭ ৰাইফল, দুটা পিষ্টল আৰু চাৰিটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰিছে।