Local, Vocal, Global

পানীখাইতিৰ ১৬টা পৰিয়াল আৰু গুৱাহাটীৰ ৩৬৬টা পৰিয়াললৈ ঘৰ খালী কৰাৰ জাননী

নিউজ ডেস্ক, ২২ মে’- কৃত্ৰিম বানপানীৰ ভয়াৱহতা মাৰ নাযাওঁতেই গুৱাহাটীবাসীৰ মাজত আন এক সংশয়ে দেখা দিছে। গুৱাহাটী মহানগৰত ভূমিস্খলনৰ আশংকাই দেখা দিছে। গুৱাহাটীৰ ৩৬৬টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে।

গুৱাহাটীৰ পানীখাইতিত ভয়াৱহ ভূমিস্খলনৰ আশংকা। শীঘ্রেই বাসগৃহ খালী কৰাৰ নিৰ্দেশ চন্দ্রপুৰ ৰাজহ চক্র বিষয়াৰ। পানীখাইতিৰ ১৬টা পৰিয়াললৈ ঘৰ খালী কৰাৰ জাননী।

গুৱাহাটীৰো ৩৬৬টা পৰিয়াললৈ প্ৰশাসনৰ জাননী। ভূমিস্খলনৰ বাবে ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ।