Local, Vocal, Global

আজি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ বৈঠক । আৰক্ষী কৰ্মীসকলৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰে এই বৈঠকত । বৰ্তমানলৈকে অসম আৰক্ষীৰ সৰ্বমুঠ ৯,১৭১টা পদ পূৰণৰ প্ৰক্ৰিয়া চলি আছে আৰু ইয়াৰে ৫,২১০টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

এই বৈঠকত ব’ৰ্ডৰ সদস্যসকলক সাধাৰণ আৰক্ষী আৰু কমাণ্ডো বেটেলিয়নসমূহৰ কনিষ্টবল আৰু উপ-পৰিদৰ্শক পদৰ নিযুক্তি প্ৰক্ৰিয়াত সৰ্বোতপ্ৰকাৰৰ স্বচ্ছতা বৰ্তাই ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে।