২৪ ঘণ্টাৰ ভিতৰত বিজেপিত দ্বিতীয়টো মোক্ষম আঘাতযোগী কেবিনেটৰ আৰু এজন মন্ত্ৰীৰ পদত্যাগ
নিউজ ডেস্ক,১২ ডিচেম্বৰঃ উত্তৰ প্ৰদেশকে ধৰি দেশৰ ৫ ৰাজ্যৰ বিধানসভাৰ দিন চমু চাপি আহিছে৷ ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ দিন৷ তাৰ মাজতে ২৪ ঘণ্টাৰ ভিতৰত বিজেপিত দ্বিতীয় মোক্ষম আঘাত৷ মন্ত্ৰী স্বামী প্ৰসাদ মোৰ্যৰ পিছত যোগী কেবিনটৰ আৰু এজন মন্ত্ৰী দ্বাৰা সিং চৌহানে ত্যাগ কৰিলে বিজেপি৷ ২৪ ঘণ্টাৰ ভিতৰত মুঠ ২ মন্ত্ৰীসহ ৪ বিধায়কে ত্যাগ কৰিলে বিজেপি৷ তেওঁলোক হ’ল মন্ত্ৰী স্বামী প্ৰসাদ মোৰ্য, দ্বাৰা সিং চৌহান, বিধায়ক ব্ৰীজেছ সেনাপতি, ৰোশন লাল, ভাগৱতী সাগৰ আৰু বিনয় চাক্য৷ আটাইকেইজন নেতাই সমাজবাদী পাৰ্টীত যোগ দিয়াৰ সম্ভাৱনা