Local, Vocal, Global

নাগালেণ্ডত পুনৰ বাহাল থাকিব সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন

গুৱাহাটী:নাগালেণ্ডত পুনৰ ৬ মাহলৈ বৃদ্ধি AFSPA ৰ সময়সীমা।সহস্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰৰ।বৃহস্পতিবাৰৰ পৰা বৃদ্ধি হব এই সময়সীমা।

এইক্ষেত্ৰত কেন্দ্ৰৰ ৰাজপত্ৰিত অধিসূচনা জাৰি।উল্লেখ্য যে, AFSPA বাতিলৰ দাবীত নাগালেণ্ডত বিভিন্ন সংগঠনৰ প্ৰতিবাদৰ মাজতে এই সিদ্ধান্ত কেন্দ্ৰৰ।