Local, Vocal, Global

ফেচবুকৰ জড়িয়তে উদ্ধাৰ হল চুৰি হোৱা বাইক

👉ফেচবুকৰ জড়িয়তে উদ্ধাৰ হল চুৰি হোৱা বাইকঃ

👉কোকিলাৰ নাম্বাৰপাৰা ২য় খণ্ডত চুৰি বাইক উদ্ধাৰঃ

👉ৰঙাপানী বজাৰৰ পৰা সন্ধিয়া চুৰি হৈছিল পালছাৰ বাইক খনঃ

👉জানিব পৰা মতে ছাদ্দাম হুছেইনে ৰঙাপানী বজাৰৰ কাষত বাইক খন ৰাখি এখন দোকানত বহি আছিল।

👉বাইক খন হেৰুৱা সম্পৰ্কে সামাজিক মাধ্যম ফেচবুকত পোষ্ট কৰিছিল।

👉Facebook ত বাইক খনৰ ফটো দেখি নাম্বাৰপাৰা ২য় খণ্ড দলংৰ কাষত উদ্ধাৰ কৰে স্থানীয় কেইজন মান যুৱকে।