অৱশেষত গ্ৰেফটাৰ হ’ল অসমীয়া ভাষাক চৰম অপমান কৰা দুই যুৱক

@ শিলচৰত অসমীয়া ভাষাক চৰম অপমান কৰা দুজনক গ্ৰেপ্তাৰ
@ অসমীয়া ভাষাৰ হৰ্ডিঙত ক’লা ৰং সানিছিল
@ আৰক্ষীৰ জালত বাঙালী যুৱ ছাত্ৰ সংগঠনৰ দুই নেতা
@ কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সমৰ দাস আৰু ৰাজু দেৱক
@ SP ৰমনদ্বীপ কৌৰৰ নেতৃত্বত চলিছিল অভিযান