৫.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী By MyNewsNE Desk On Oct 8, 2021 Last updated Oct 8, 2021 Share তথ্যমতে ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৫.৬। ভূগৰ্ভৰ ১৫০ কিলোমিটাৰ তলত হৈছিল ভূকম্পন। মাজনিশা ১২ বজাত ভূমিকম্পৰ জোঁকাৰণি। কেইবা ছেকেণ্ড ধৰি আছিল জোঁকাৰণি। ম্যানমাৰৰ সমীপত ভূমিকম্পৰ অভিকেন্দ্ৰ। Share FacebookTwitterReddItWhatsAppPinterestEmail