Local, Vocal, Global

আলিয়া ভাটক পিছপেলাই বলিউদলৈ উৰ্বশী ৰউটেলা, sci-fi ছবিৰ বাবে producer ৰ প্ৰথম পছন্দ আলিয়া নহয় উৰ্বশীহে  

বলিউদৰ বিশেষ সুত্ৰৰ পৰা তথ্য পোৱা মতে বলিউদৰ এখন sci-fi ছবিৰ বাবে উৰ্বশী ৰউটেলাক চুক্তিবদ্ধ কৰা হৈছে। JOSH D. SAMA আৰু JARALD ARICKIAM ৰ পৰিচালনাৰে আহিবলগীয়া sci-fi ছবিখন হিন্দী, তামিল, কানাড়া, তেলেগু আৰু মালায়লমত ভাষাত মুক্তি দিয়া হ’ব। ছবিখনত মুখ্য চৰিত্ৰত আলিয়া ভাটে অভিনয় কৰিব বুলি এক অপ্ৰচাৰ চলিছিল কিন্তু প্ৰযোজকৰ প্ৰথম পছন্দ উৰ্বশী ৰউটেলা। ইতিমধ্যে ছবিখনৰ বাবে উৰ্বশীক চুক্তিবদ্ধও কৰোৱা হৈছে।