ৰাজ্যত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ গণসংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩৩৫ গৰাকী
- শুক্ৰবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৯২৬ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৪ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৮ হাজাৰ ৩৮৯ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৭,০৬৭ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২লাখ ০০ হাজাৰ ৩৮১ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৩৮ গৰাকী লোকৰ
- শুক্ৰবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৫ হাজাৰ ৮৮৩ গৰাকীৰ স্বোৱাব পৰীক্ষা