হঠাৎ ৰাজপথত জ্বলি উঠিল এখন বাহন
- ক্ষেত্ৰী থানাৰ অন্তৰ্গত দিকচাকৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দাউ দাউকৈ জ্বলিল পথ বনোৱা কামত ব্যৱহৃত এখন বাহন
- যান্ত্ৰিক বিজুতিৰ ফলতেই চৰ্ট চাৰ্কিট হৈ বাহন খন হঠাৎ জ্বলি উঠাৰ সন্দেহ
- আৰক্ষীৰ তৎপৰতাত অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা বাহনৰ অগ্নি নিৰ্বাপন কৰা হয়
- জানিব পৰা মতে বৰ্তমানলৈ কোনো ক্ষয় ক্ষতি হোৱা নাই