শ্ৰীশ্ৰীকুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱ গোস্বামীৰ দেহাৱসান
- অসমৰ চাৰি সত্ৰৰ অন্যতম শ্ৰীশ্ৰী কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱ গোস্বামীৰ ৮৮ বছৰ বয়সত দেহাৱসান
- দীৰ্ঘদিন অসুস্থ হৈ থকা সত্ৰাধিকাৰগৰাকী AMCHত চিকিৎসাধীন হৈ আছিল
- মঙ্গলবাৰে ১১ বজাত AMCHত মৃত্যু হয় সত্ৰাধিকাৰগৰাকীৰ
- শনিবাৰৰ পৰা চিকিৎসালয়খনৰ আইছ’লেশ্যন ৱাৰ্ডত ৰখা হৈছিল সত্ৰাধিকাৰগৰাকীক