ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৪৬৫ গৰাকী
- দেওবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৭৮৫ গৰাকী ৰোগীয়ে
- মৃত্যু হয় এগৰাকী কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৬ হাজাৰ ৯৮২ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৮,৪৮১ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১ লাখ ৯৭,৫৬৬ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৩২ গৰাকী লোকৰ
- শুক্ৰবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩০ হাজাৰ ৩৩৪ গৰাকীৰ স্বোৱাব পৰীক্ষা