৬ দিনৰ CID জিম্মালৈ SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি. কে. দত্ত
- ৬ দিনৰ CID জিম্মালৈ SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি. কে. দত্ত
- পি কে দত্তক ৭ দিনৰ জিম্মাত বিচাৰিছিল CID এ
- কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশ আদালতে ৬ দিনৰ জিম্মাত দিয়ে CID ক
- জিম্মালৈ নিয়াৰ পূৰ্বে GMCH ত স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ আদালতৰ
- পি কে দত্ত হৃদৰোগত, উচ্চ ৰক্তচাপ, মধুমেহ ৰোগত আক্ৰান্ত বুলি জনায় আদালতে
- মঙলবাৰে ভাৰত-নেপাল সীমান্তৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পি কে দত্তক
- পুৱতি নিশা তেওঁক CID কাৰ্যালয়লৈ লৈ আনে আৰক্ষীয়ে