‘আমি যদি কাম কৰিছো ভোট দিয়ক, নাই কৰা যদি নিদিব’
• ‘আমি যদি কাম কৰিছো ভোট দিয়ক, নাই কৰা যদি নিদিব’
• দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভোটাৰক দিছিল প্ৰত্যাহ্বান
• দিল্লীৰ আদৰ্শৰে অসমত ভোটজোঁটত নামিব ‘আম আদমী পাৰ্টি’য়ে
• চিষ্টেমৰ বিৰুদ্ধে যুঁজ দিব ‘আম আদমী পার্টি’য়ে
• POLITICA ত ‘আম আদমী পাৰ্টি’ৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰী
• লগত আছে দলটোৰ ৰাজ্যিক মুখপাত্ৰ মাধুৰ্য্য শইকীয়া
• মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ সৈতে POLITICA