ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা
- ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২৪০৯ গৰাকী
- সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৮৪৯ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১০ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত ৬৩৩গৰাকী কামৰূপ মহানগৰৰ, ২০১ ডিব্ৰুগড়ৰ, ১২০ লখিমপুৰৰ, ১৭২যোৰহাটৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৪৬হাজাৰ ৫৭৫গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,১৮০গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ১৬হাজাৰ ৯০০ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৪৯২ গৰাকী লোকৰ