১২ ছেপ্টেম্বৰৰ পৰা জনশতাব্দী বিশেষ ৰে’ল বাতিল

- ১২ ছেপ্টেম্বৰ পৰা জনশতাব্দী বিশেষ ট্ৰেইন বাতিল কৰাৰ সিদ্ধান্ত ৰেল বিভাগৰ
- বাতিল কৰা হব ০২০৬৭/০২০৬৮ গুৱাহাটীৰ-যোৰহাট গুৱাহাটী জন শতাব্দী বিশেষ ট্ৰেইনখন
- ট্ৰেইনখনত যাত্ৰীৰ সংখ্যা বহু কম হোৱাত ৰেল বিভাগৰ এই সিদ্ধান্ত