দেৰগাঁও আৰক্ষীৰ বৃহৎ সফলতা

- দেৰগাঁও আৰক্ষীৰ বৃহৎ সফলতা
- পুৱাই বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট উদ্ধাৰ
- এখন নম্বৰ বিহীন মাৰুটি ইক’ ভেনত গোলাঘাট ডিমাপুৰ অভিমুখে কঢ়িয়াই লৈ গৈছিল টেবলেটখিনি
- দেৰগাঁৱৰ ময়ঙ্ক মেডিকেলৰ পৰা ডিমাপুৰ দিশে আনি আছিল টেবলেটখিনি
- মেডিকেলৰ গৰাকী দ্বীপ সোমানি আৰু গাড়ী চালকক আটক
- তিনি কাৰ্টনত ৩০ পেকেট ড্ৰাগছ উদ্ধাৰ
- উদ্ধাৰ কৰা মুঠ টেবলেটৰ পৰিমাণ ৪৩০০০ হাজাৰ
- বৰ্তমান দেৰগাঁও আৰক্ষীয়ে ময়ঙ্ক ফাৰ্মাচীত চলাই আছে অভিযান