Local, Vocal, Global

এটিএমৰ পৰা ধন লুটি আৰক্ষীৰ জালত তিনিজন

  • বামুনীমৈদামত চানমাৰী আৰক্ষীৰ অভিযান
  • তিনিজন ধৃত যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে
  • এটিএম ভাঙি যুৱক কেইজনে লুটিছিল বৃহৎ পৰিমানৰ ধন
  • ইণ্ডিয়ান অফাৰছীছ বেংকৰ চানমাৰীস্থিত এটিএমৰ পৰা লুটিছিল ধন
  • গ্ৰেপ্তাৰ কৰা যুৱক কেইজন দ্বীপ মুদৈ, সুভাষ কলিতা আৰু সোমনাথ ধাৰা
  • বামুনীমৈদামৰ এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰা হয় যুৱককেইজনক
  • লগতে জব্দ কৰে ২ লাখ ৪০ হাজাৰ টকা নগদ ধন