Local, Vocal, Global

চাবোনৰ বাকছত ড্ৰাগছৰ সৰবৰাহ

  • বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
  • অভিযানত জব্দ  প্ৰায় ৩০০ গ্ৰাম ব্ৰাউন চুগাৰ
  • আটক দুই যুৱক ক্ৰমে, ৰবীন সিং আৰু কুমৌ কাইডাই
  • ২৩ টাকৈ চাবোনৰ বাকছত ডিমাপুৰৰ অনা হৈছিল ড্ৰাগছখিনি
  • জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰমূল্য প্রায় ২৩ লাখ টকা
  • বোকাজানৰ SDPO জন দাসৰ নেতৃত্বত বোকাজানত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান
  • বিগত ৬মাহত আৰক্ষী বিষয়াজনৰ নেতৃত্বত বোকাজানত জব্দ হৈছে প্ৰায় ২ কেজি ৫০০ গ্ৰাম ব্ৰাউন চুগাৰ
  • ৬মাহত জব্দ হোৱা ড্ৰাগছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১৭ কোটিৰো অধিক