হায়াত হাস্পতালৰ পৰাই সুস্থ হ’ল শতাধিক কৰ’নাত আক্ৰান্ত ৰোগী

মহানগৰীৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় হায়াত হাস্পতালৰ পৰাই সুস্থ হ’ল শতাধিক কৰ’নাত আক্ৰান্ত ৰোগী। বিশ্বৰ প্ৰতিটো প্ৰান্তৰ স্বাস্থ্য কৰ্মীৰ সমান্তৰালকৈ হায়াত হস্পাতালত স্বাস্থ্যকৰ্মীও ব্ৰতী কৰ’না বিৰোধী যুঁজত। নিৰবিচ্ছিন্ন ভাৱে কৰ’না বিৰোধী যুজঁত ব্ৰতী হোৱা প্ৰতিজন স্বাস্থ্যকৰ্মীলৈ হায়াত হাস্পতালে জ্ঞাপন কৰিছে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ।