ওদালগুৰিত পুনৰ জব্দ অবৈধ মাৰণাস্ত্ৰ

- ওদালগুৰিত পুনৰ অবৈধ মাৰণাস্ত্ৰ জব্দ
- সোমবাৰে নিশা ওদালগুৰি জিলাৰ আৰক্ষীৰ সফল অভিযান
- আৰক্ষীৰ অভিযানত জব্দ তিনিটা Ak 56 ৰাইফল আৰু ২০ জাই সজীৱ গুলি
- মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত দেওচুনী গাঁৱত প্ৰায় ১ বজাত চলিছিল এই অভিযান
- আৰক্ষীয়ে পাগলা নদীৰ পৰাই উদ্ধাৰ কৰে মাৰণাস্ত্ৰসমুহ
- অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো আৰু উপ আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত আৰক্ষীৰ এই অভিযান
- ওদালগুৰি জিলা আৰক্ষীয়ে জিলা খনৰ বিভিন্ন স্থানত পুৰ্বেও জব্দ কৰিছিল বৃহৎ পৰিমাণৰ অস্ত্ৰ-সস্ত্ৰ