Local, Vocal, Global

কলিয়াবৰত কৰ’না আতংক

  • কলিয়াবৰত কৰ’নাত আক্ৰান্ত চিকিৎসক
  • জখলবন্ধা চিকিৎসালয়ৰ এজন চিকিৎসক ক’ভিড-১৯ পজিটিভ
  • ক’ভিড-১৯ পজিটিভ চিকিৎসকজনৰ নাম মৃন্ময় হাজৰিকা
  • তৃতীয়বাৰৰ বাবে বন্ধ হল জখলবন্ধা চিকিৎসালয়
  • ইতিমধ্যে ৰোগীসকলক ৰিলিজ দিছে চিকিৎসালয় কৰ্তৃপক্ষই