২০ হাজাৰ অতিক্ৰম ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা

- ৰাজ্যত প্ৰতিদিনে উদ্দেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ
- মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ
- ২০ হাজাৰ অতিক্ৰম কৰিলে ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা
- বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীৰ ৫৯৮ সহ ৰাজ্যত আক্ৰান্ত ৮৯২ গৰাকী
- গুৱাহাটীত আক্ৰান্ত হোৱা ১৮৪ গৰাকীয়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ
- ৰাজ্যত এই পৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা ২০,৬৪৬ গৰাকীলৈ বৃদ্ধি
- ৰাজ্যত এই পৰ্যন্ত ১৩,৫৫৪ গৰাকী আৰোগ্য
- ৰাজ্যত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৭,০৩৯ গৰাকী
- চৰকাৰী তথ্যমতে ৰাজ্যত ৫০ ৰোগীৰ মৃত্যু
- ৰাজ্যত বৰ্তমানলৈ ৬ লাখ ১হাজাৰ ৩৮৫ গৰাকী লোকৰ SWAB পৰীক্ষা সমপন্ন হৈছে