উৰিষ্যত ভয়ংকৰ পথ দুৰ্ঘটনা!দুৰ্ঘটনাত নিহত ৭ জনলোকৰ

ডিজিটেল ডেস্কঃ-উৰিষ্যত ভয়ংকৰ পথ দুৰ্ঘটনা!শনিবৈাৰে পুৱতি নিশা উৰিষ্যাৰ জাজপুৰ জিলাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটোএখন মিনি ট্ৰাকে ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে।দুৰ্ঘটনা সাতজন লোকৰ নিহত। নিহত লোক কেইজন পশ্চিম বংগৰ লোক বুলি জানিব পৰা গৈছে।
জাজপুৰৰ কুকুৰাৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ কলকাতাৰ পৰা ভুৱনেশ্বৰলৈ গৈ থকা মিনি ট্ৰাকখন শনিবাৰে পুৱতি নিশা কুঁৱলীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ-১৬ৰ নেউলপুৰ অঞ্চলত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে।দুৰ্ঘটনাটোৰ ফলত মিনি ট্ৰাক খনত থকা সাতজন লোক নিহত হৈছিল।