38th National Games:৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত অসমৰ সাফল্য
![](https://mynewsne.com/wp-content/uploads/2025/02/noname-107-750x430.jpg)
নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত অসমৰ সাফল্য ।
ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমলৈ আহিল তৃতীয়টো স্বৰ্ণ পদক
ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত লন বলত মহিলাৰ দ্বৈত শাখাত অসমে লাভ কৰে স্বৰ্ণ পদক(38th National Games)।
নয়নমণি শইকীয়া আৰু বনগীতা হাজৰিকাই লাভ কৰে সোণৰ পদক।
শনিবাৰে ১০০ মিটাৰ দৌৰত অসমৰ অম্লান বৰগোহাঁইয়েও লাভ কৰে ব্ৰঞ্জৰ পদক।
লগতে পঢ়ক :Delhi Election Results 2025:দিল্লীত সুদুৰ ২৭ বছৰৰ পিছত বিজেপিৰ ৰাজত্ব