Local, Vocal, Global

ৰাহুল গান্ধীয়ে দেশত সম্পূৰ্ণ লকডাউন জাৰি কৰিবলৈ টুইটাৰ জৰিয়তে আহ্বান কেন্দ্ৰীয় চৰকাৰক

দেশজুৰি কোৰোনা সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশত সম্পূৰ্ণ লকডাউন জাৰি কৰিবলৈ টুইটাৰ জৰিয়তে আহ্বান কেন্দ্ৰীয় চৰকাৰক।কালি টুইটৰ জৰিয়তে কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এই সময়ত কোৰোনাৰ বিৰুদ্ধে যুজ দিবলৈ একমাত্র উপায় হল সম্পূৰ্ণ লকডাউন।সময় থাকোতে মানুহৰ প্ৰাণ ৰশাৰ বাবে লকডাউন দিয়াৰ কথা চিন্তা কৰিলৈ কেন্দীয় চৰকাৰক টুইটাৰযোগেদি জনায় কংগ্ৰেছ নেতাগৰাকীয়ে।ভাৰত চৰকাৰৰ নিলিপ্ততাৰ বাবে দেশত নিতৌ হেজাৰ বিজাৰ লোকৰ মৃত্যু ঘটিছে বুলি অভিযোগ কৰে আৰু লগতে কয় যে কোৰোনা মহামাৰী নিয়ন্ত্ৰণৰ বাবে চৰকাৰে এতিয়ালৈকে গ্ৰহণ কৰা ব্যৱস্থাৱলী পযাপ্ত নহয়।