Local, Vocal, Global

ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছৰ অঘোষিত প্ৰতিযোগিতা

নিউজ ডেস্ক,১৫ডেস্ক : ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছৰ অঘোষিত প্ৰতিযোগিতা ।কথমপি প্ৰাণ ৰক্ষা বহু লোকৰ ।

অঘোষিত প্ৰতিযোগিতাৰ বাবেই কথমপি প্ৰাণ ৰক্ষা বহু লোকৰ। ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া যাত্ৰীবাহী বাছ সমূহৰ অঘোষিত প্ৰতিযোগিতা।

যাৰ বাবে জীৱনটো হাতৰ মুঠিত লৈ যাত্ৰা কৰিব লাগে আপুনি মই। তেনেই এক ভয়ঙ্কৰ দুৰ্ঘটনাৰ পৰাই ৰক্ষা পৰিল ৰঙিয়াত বহু লোক।

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ থকা AS-15C-7989 নম্বৰৰ যাত্ৰীবাহী বাছখনে ৰঙিয়াত সংঘটিত কৰে ভয়ংকৰ দুৰ্ঘটনা। বাছখন তীব্ৰ গতিত থকাৰ বাবেই সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাতো।

এতিয়া প্ৰশ্ন হয় ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড চলক সকলক নাকী লগাবলৈ সক্ষম হবনে পৰিবহন বিভাগ তথা প্ৰশাসন।

লগতে পঢ়ক : Poor condition of Road : যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী; কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?