Local, Vocal, Global

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৬৯৮ গৰাকী
  • সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৫৩০ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৭ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ১,০০০ হাজাৰ ৪০৭ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৭,৩১৯ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৭৩ হাজাৰ ২১০ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮৭৫ গৰাকী লোকৰ
  • সোমবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩৪ হাজাৰ ৯৫৬ গৰাকীৰ স্বোৱাব পৰীক্ষা