২০২৬ ত কংগ্ৰেছ চৰকাৰ হোৱাটো খাটাং :ৰকিবুল হুছেইন
নিউজ ডেস্ক,১৮নৱেম্বৰ : ২০২৬ ত কংগ্ৰেছ চৰকাৰ হোৱাটো খাটাং
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পতন হব
যেতিয়া চাকি নুমাবলৈ আৰম্ভ কৰে, তেতিয়া খুবকৈ জ্বলে
বিজেপি চৰকাৰৰ দিনত নিৰীহ জনতাৰ ওপৰত আৰক্ষীয়ে হাৰাশাস্তি কৰিছে
কটনৰ ছাত্ৰক প্ৰহাৰ কৰিছেঃ সাংসদ ৰকিবুল হুছেইনৰ
লগতে পঢ়ক :Kaliabor Raas Mahotsav: কলিয়াবৰত ৰাসৰ আখৰাৰ ব্যাপক প্ৰস্তুতি