লালা লাজপত ৰায়ৰ জন্মজয়ন্তীত শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

আজি পঞ্জাৱ কেশৰী লালা লাজপত ৰায়ৰ জন্মজয়ন্তী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটাৰত টুইটৰ জৰিয়তে তেওঁৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
১৮৬৫ চনত পঞ্জাৱত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ক সংগ্ৰামী সত্তাৰ বাবে পিছত ‘পঞ্জাৱ কেশৰী’ নামেৰেই সকলোৱে চিনি পোৱা হ’ল।
My News NE ৰ পৰিয়ালৰ তৰফৰ পৰাও স্বাধীনতা সংগ্ৰামী গৰাকীলৈ শত সহস্ৰ প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি।