বিয়াৰ নামত দৰাঘৰীয়াই ল’ব নোৱাৰিব যৌতুক

নিউজ ডেস্ক, ১৩ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ে মঙলবাৰে যৌতুকৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ন্যায়াধীশ এন ভি ৰমনা, এ এছ বোপান্না আৰু হিমা কোহলীৰ বিচাৰপীঠে যৌতুক সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ মতে দৰা পক্ষই কইনা পক্ষক বিয়াৰ নামত বিচৰা যিকোনো বস্তুকে যৌতুক বুলি গণ্য কৰা হ’ব।
![]() | ReplyForward |