Local, Vocal, Global

বাক্সাৰ শালবাৰীত চৰকাৰী আঁচনিৰ ঘৰৰ নামত ব্যাপক লুন্ঠনৰাজ

বাক্সাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্দ্ধনা উন্নয়নখণ্ডৰ অন্তৰ্গত গোৱৰ্দ্ধনা গাঁৱৰ লাল মিঞা নামৰ ব্যক্তি গৰাকীৰ নামত চৰকাৰী ঘৰতো আছিল যদিও  দীবাৰক দাস নামৰ আন এজন লোকে কৌশলেৰে ঘৰতো নিজৰ নামত কৰি লয় ইতিমধ্যে দীবাৰক দাসে চৰকাৰী পইচা লাভ কৰি গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে