Local, Vocal, Global

পাকিস্তানৰ মছজিদত আত্মঘাতী বোমা বিস্ফোৰণ!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফাৰণ ।মছজিদৰ ভিতৰত আত্মঘাতী বোমা বিস্ফোৰণ।মছজিদত নামাজ পৰি থকাৰ সময়তে সংঘটিত হয় ভয়ংকৰ ঘটনাৰ।বিস্ফোৰণত ১৭জন লোকৰ মৃত্যু।আহত ৯০জনতকৈও অধিক লোক ।মৃতকৰ সংখ্যা বৃদ্ধিৰ আকাশংকা।পাকিস্তানৰ পেছৱাৰৰ পুলিচ লাইন এলেকাত এই বিস্ফোৰণ।ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ উদ্ধাৰ অভিযান আৰম্ভ।সমগ্ৰ অঞ্চলত আতংকময় পৰিৱেশ।