Local, Vocal, Global

পজিটিভ ধৰা পৰাৰ পূৰ্বেই অসমত আৰু এজনৰ মৃত্যু

পজিটিভ ধৰা পৰাৰ পূৰ্বেই অসমত আৰু এজনৰ মৃত্যু। মৃত ব্যক্তিজন বকলীয়াঘাটৰ অৰুণ কাকতি।
চেন্নাইৰ পৰা অহা ৫৪ বছৰীয়া ব্যক্তিজন ইনষ্টিটিউছনেল কোৱাৰেন্টাইনত থকাৰ পাছত হোম কোৱাৰেন্টাইনত আছিল।
দেওবাৰে বমিত আক্ৰান্ত হোৱা ব্যক্তিজনক চিকিৎসালয়লৈ অনাৰ পথত মৃত্যু ঘটে।
পাছত মৃত ব্যক্তিজনৰ SWAB পৰীক্ষাত পজিটিভ ধৰা পৰে।