Local, Vocal, Global

নাজিৰাত কভিড ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি পাব ধৰিছে ৷নাজিৰাত কভিড ৰোগীৰ সংখ্যা ৭৭ জন

সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰা মহকুমাটো কভিড ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি পাব ধৰিছে ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে বিভিন্ন স্হানত কভিড ৰোগীৰ পৰীক্ষা কৰি থকাৰ লগতে চিকিৎসালয় বা হোম আইচোলেচনৰ ব্যৱস্থা কৰিছে