Local, Vocal, Global

নতুন দিল্লীৰ এন চি চিৰ ৰেলীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

উক্ত ৰেলীত উপস্থিত থাকি প্ৰধানমন্ত্ৰী গৰাকীয়ে এন চি চিৰ সক্ৰিয় ক্ৰেডেট হৈ থাকি গৌৰৱান্বিত বুলি মন্তব্য কৰে। এন চি চিৰ প্ৰশিক্ষণ লাভ কৰি দেশৰ দ্বায়িত্ব পালনৰ বাবে অপৰিসীম শক্তি লাভ কৰা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

প্ৰায়ে দেশৰ ৰাজ্যসমূহৰ সাংস্কৃতিক চিহ্নস্বৰূপ গামোছা, চোলা আদি পৰিধান কৰা দেখিবলৈ পোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ এই ৰেলীত শিখসকলৰ পাগুৰী পৰিধান কৰা দেখিবলৈ পোৱা যায়।

ৰেলীত উপস্থিত থাকি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ মনৰ ভাৱ এনেদৰে প্ৰকাশ কৰে – “मुझे गर्व है कि मैं भी कभी आपकी तरह ही एनसीसी का सक्रिय कैडेट रहा हूँ। मुझे एनसीसी में जो ट्रेनिंग मिली, जो जानने सीखने को मिला, आज देश के प्रति अपनी जिम्मेदारियों के निर्वहन में मुझे उससे असीम ताकत मिलती है।”