Local, Vocal, Global

নগাঁৱৰ বামুনী পাহাৰত ১৮টাকৈ হাতীৰ মৃত্যুৰ পিছত সৰব হৈছে কলিয়াবৰৰ বিশিষ্ট বন্যপ্ৰেমী লেখনাথ শৰ্মা

টপতজুৰি বামুনী পাহাৰত এদল বন্যপ্ৰেমী গৈ সেই স্থান পৰ্যবেক্ষণ কৰি সৰৱ হৈ পৰিছে বন্যপ্ৰেমীসকল। বনমন্ত্ৰীয়ে সেই স্থানত স্মৃতিসৌধ নিৰ্মান কৰাৰ কথা বিৰোধিতা কৰি বন্যপ্ৰেমীসকলে সেইস্থানত বৃক্ষৰোপন কৰি পাহাৰটো পুনৰ উজিজ্বীৱিত কৰাৰ পোষকতা কৰে বন্যপ্ৰেমী লেখনাথ শৰ্মাই।