Local, Vocal, Global

কিনকিনীয়া বৰষুণৰ মাজতে চাবুৱাত নিশা পথ দূৰ্ঘটনা

চাবুৱাত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। অচিনাক্ত বাহনে মহতিয়ালে মটৰ চাইকেল আৰোহীক। থিতাতে নিহত বাইক আৰোহী বিকাশ কেওঁট। আনহাতে আনজন আৰোহী পিণ্টু কেওঁটক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।

উল্লেখ্য যে, দূৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই পলায়ন কৰে উক্ত বাহনখনে। দূৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰটো হৈছে AS-23-T-3543.