Local, Vocal, Global

ক’ভিডৰ মাজতে অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰিলে পৰীক্ষাৰ কাৰ্যসূচী। ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইতিমধ্যে পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰা হৈছে।