Local, Vocal, Global

উত্তৰ পূব সীমান্ত ৰেলৱেত ভীষ্টাডাম পৰ্যটক ৰেল সেৱাৰ শুভাৰম্ভনি

গুৱাহাটী: পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজন,শুভাৰম্ভনি কৰা হল আন এখন ভীষ্টাডাম সেৱা।এইবাৰ অসমৰ সৈতে সংযোগ হব অৰুনাচল প্ৰদেশ।গুৱাহাটী-নাগুৰলগুণ আৰু নাহৰলগুন নিউ তিনিচুকীয়া ভীষ্টাডাম পৰ্যটক ৰেল সেৱাৰ শুভাৰম্ভনি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক ৰেলমন্ত্ৰী দর্শনা জাদোৰ্ছে আজি ১৯ ডিচেম্বৰ তাৰিখে পুৱাৰ ভাগত আনুস্থানিকভাৱে শুভাৰম্ভনি কৰে এই সেৱাৰ ভিডিও কনফাৰেন্স জৰিয়তে থাকে অৰুণাচলৰ মুখ্যমন্ত্ৰী প্রেমা খান্দু,ভীষ্টাডাম ৰেল সেৱাৰ প্ৰতি জনতাৰ ব্যাপক সঁহাৰি দেখা পোৱাৰ বাবেই কৰা হৈছে এই নতুন সংযোজন।

বদৰপুৰলৈ ও সম্প্ৰসাৰিত কৰা হব এই ৰেল সেৱা। আনহাতে কিশান ৰেল সেৱাৰো শুভাৰম্ভ কৰিব বুলি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।