আজি দিল্লীলৈ ৰাওনা হব দুই মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক,২০ জানুৱাৰী: আজি দিল্লী অভিমুখে ৰাওনা হব মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কঁকাল চাংমাই। বহুদিন পূৰ্বৰে পৰা চলি থকা অসম – মেঘালয় সীমা বিবাদ নিষ্পত্তি সন্দৰ্ভত দুই মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি সহমতৰ প্ৰস্তাৱ আগবঢ়াব। ইয়াৰ পিছতে সীমা বিবাদকলৈ উত্তৰ – পূৰ্বাঞ্চলৰ দুই ৰাজ্যই উপনীত হোৱা সহমতৰ প্ৰস্তাৱৰ ওপৰত সাংবিধানিক ব্যৱস্থা গ্ৰহন কৰা হব