অসম ৰাজ্যিক চিৰিয়াখানাত অঘটন,মৃত্যু এটা জিৰাফৰ

গুৱাহাটী:অসম ৰাজ্যিক চিৰিয়াখানত জিৰাফৰ অস্বাভাৱিক মৃত্যু।বৃহস্পতিবাৰে নিশা প্ৰায় ১০:৩০ বজাত মৃত্য হয় জিৰাফ টোৰ।২০২০ চনত মাইসুৰৰ পৰা অনা হৈছিল দুটা জিৰাফ।
ইয়াৰে ৰঙিলী নামৰ জিৰাফটোৰ মৃত্যু হয়।ইতিমধ্যে মৰোনত্তৰ পৰীক্ষাৰ বাবে জিৰাফটোৰ মৃত দেহ লৈ যোৱা হৈছে।ইপিনে মাইকী জিৰাফ জনীৰ ফাঁচী লাগি মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে।দানা খোৱা স্থানত ফাঁচি লাগি মৃত্য জিৰাফ জনীৰ।