Local, Vocal, Global

অসমৰ প্ৰথম অংগনবাদী কেন্দ্ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্ক: অসমৰ ভিতৰত প্ৰথম নতুনকৈ নিৰ্মাণ কৰা অংগনবাদী কেন্দ্ৰৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই কেন্দ্ৰ মুকলি কৰে বিশ্বনাথৰ বামগাঁৱত।লগতে তেঁও কয় যে,৩ বছৰৰ ভিতৰত নিৰ্মাণ কৰিব প্ৰায় দহ হাজাৰ নতুন অংগনবাদী কেন্দ্ৰ।তাৰোপৰি তেঁও ঘোষনা কৰে যে ১ ফ্ৰেব্ৰুৱাৰীত মাইক্ৰফাইনেঞ্চ ঋণৰ সাহাৰ্য্য লাভ কৰিবৰ বাবে মহিলাসকলে আবেদন কৰিব পৰা পৰ্টেল মুকলি কৰা হ’ব। ইয়াৰোপৰি পিতৃ-মাতৃৰ লগত কটোৱা সময়ৰ ফটো জমা দিলেহে ছুটি মঞ্জুৰ হ’ব আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে। ফটো জমা নিদিলে কেজুৱেল লিভহে পাব। এইক্ষেত্ৰত কোনো কৰ্মচাৰীয়ে ফাকি দিব নোৱাৰিব।