Local, Vocal, Global

ৰাজ্য চৰকাৰৰ ক’ভিড SOP ৰাইজে মানি নচলাৰ সন্দৰ্ভত উদ্বিগ্ন মন্ত্ৰী অতুল বৰা

বোকাখাত মহকুমাৰ চাহ বাগিচা আৰু গ্ৰামঞ্চলত সংক্ৰমিত হৈছে অতিমাৰী কৰ’ণা

ৰাজ্য চৰকাৰৰ ক’ভিড SOP ৰাইজে মানি নচলাৰ সন্দৰ্ভত উদ্বিগ্ন মন্ত্ৰী অতুল বৰা

যোৰহাট আৰু গোলাঘাট জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ লৈ চিন্তিত হৈ পৰিছে মন্ত্ৰী বৰা

মন্ত্ৰী অতুল বৰাই জনোৱা মতে ‘ ৰাজ্যৰ ক’ভিড SOP ৰাইজে মানি নচলিলে চৰকাৰে অধিক কঠোৰ বিধি বলৱত কৰিব ‘

গৃহ সমষ্টি বোকাখাতত উপস্থিত হৈ সাংবাদিকৰে মত বিনিময় কৰি মন্ত্ৰী বৰাই ৰাইজক SOP মানি চলিবলৈ অনুৰোধ জনায়

এই ক্ষেত্ৰত জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আৰক্ষীক গুৰুত্ব প্ৰদান কৰিব লৈ নিৰ্দেশ