Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২০৯৮ গৰাকী
  • মঙলবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৭৬২ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ১১ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰৰ ৫০৫ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৭২ গৰাকী যোৰহাটৰ, ১৫২গৰাকী লক্ষীমপুৰৰ,১৬০গৰাকী ডিব্ৰুগড়ৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৬৩ হাজাৰ ৪৯১ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩০১৮২গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৩২ হাজাৰ ৭০৯ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৫৯৭গৰাকী লোকৰ