Local, Vocal, Global

সৰুপথাৰত নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকন বিভাগীয় বিষয়া আৰু সংবাদকৰ্মীৰ সৈতে মত বিনিময়

সৰুপথাৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ মহকুমাটোৰ বহুকেইটা বিভাগৰ লগত মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ পেক্ষাগৃহত ধনশিৰি মহকুমা প্ৰশাসন ,  ধনশিৰি মহকুমাৰ আৰক্ষী প্ৰশাসন , স্বাস্হ্য বিভাগ , লোক নিৰ্মাণ বিভাগ , গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ বিষয়া সকলৰ সৈতে এক আলোচনাত বহে ৷  বিধায়ক গৰাকীয়ে সভাত উপস্হিত থকা প্ৰতিটো বিভাগৰ বিষয়া কৰ্মচাৰী সকলক বিভাগীয় কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লয় ৷