Local, Vocal, Global

শ্বাহৰুখ খান আৰু স্মৃতি ইৰাণীৰ ৩০ বছৰীয়া সম্পর্ক।

ৱেব ডেস্ক:- শ্বাহৰুখ খান আৰু স্মৃতি ইৰাণীৰ ৩০ বছৰীয়া প্ৰেম!
শ্বাহৰুখে কিয় বিয়া নাপাতিলে স্মৃতি ইৰাণীক ?
বিজেপি নেত্ৰীয়ে নিজেই প্ৰকাশ কৰিলে শ্বাহৰুখ খানৰে সম্পৰ্ক।
স্মৃতি ইৰাণীৰ কন্যাৰ নাম ৰাখিছিল শ্বাহৰুখ খানে?
স্মৃতি ইৰাণীৰ কন্যাৰ নাম ৰাখিবলৈ শ্বাহৰুখক মাতিছিল কোনে?
৩০ বছৰীয়া সম্পৰ্কৰ কথা স্মৃতি ইৰাণীয়ে ৰাজহুৱা কৰিলে কিয়?
শ্বাহৰুখৰ সমালোচকৰ মুখত চূণ! সানিলে বিজেপিৰ মন্ত্ৰীয়ে!
শ্বাহৰুখ খানৰ প্ৰশংসাত পঞ্চমুখ হল স্মৃতি ইৰাণী!
শ্বাহৰুখ খানক ভাল মানুহৰ আখ্যা দিছে স্মৃতি ইৰাণীয়ে।
বিজেপিৰ নেতৃত্বৰে সু-সম্পৰ্ক আছে শ্বাহৰুখ খানৰ!

শ্বাহৰুখে মোৰ ডাঙৰ কন্যাৰ নাম ৰাখিছিল। শ্বাহৰুখ খানৰ পৰিয়ালৰ সৈতে ৩০ বছৰীয়া সম্পৰ্কৰ কথা মনত পেলাইছে স্মৃতি ইৰাণীয়ে। পাঠান ছবিখন আৰু বয়কট গেঙৰ বিষয়ে সাংবাদিকে সোধাত তেওঁ কয়, “মানুহে হয়তো নাজানে যে শ্বাহৰুখ খানে মোৰ ডাঙৰ কন্যাৰ নাম ৰাখিছে।” মোৰ স্বামী আৰু শ্বাহৰুখৰ মাজত ৩০ বছৰীয়া বন্ধুত্ব আছে। গতিকে শ্বাহৰুখ খান সম্পৰ্কে যি কোৱা হৈছে সেয়া সত্য নহয়। আজিও শিল্পীগৰাকীক সন্মান জনাও। হয় কোনো বিশেষ ব্যক্তিৰ বিষয়ে বেয়া মন্তব্য কৰাটো ভাল কথা নহয়।বিজেপিৰ অন্যতম প্ৰভাৱশালী নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে এক চৰকাৰী অনুষ্ঠানত অংশ গ্ৰহণ কৰি শ্বাহৰুখ খান আৰু বহুল জনপ্ৰিয়তা লাভ কৰা পাঠান চিনেমা সম্পৰ্কত যি মত প্ৰকাশ কৰিছে সেয়া যথেষ্ট লক্ষণীয় হৈছে ! উল্লেখযোগ্য যে স্মৃতি ইৰাণী প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰো অতি ঘনিষ্ঠ তথা বিস্বস্ত নেত্ৰী! বিজেপিৰ শীৰ্ষ মহলত তেওৰ প্ৰভাৱো মন কৰিব লগীয়া ! গতিকে স্মৃতি ইৰাণীয়ে শ্বাহৰুখ খানক লৈ কৰা মন্তব্যও উলাই কৰিব পৰা বিধৰ নহয়! কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৰাজহুৱা ভাৱে ঘোষণা কৰিছে যে জনপ্ৰিয় চলচিত্ৰৰ অভিনেতা শ্বাহৰুখ খানৰ সৈতে তেওৰ পৰিয়ালৰ ৩০ বছৰীয়া সু-সম্পৰ্ক আছে ! হঠাৎ বিজেপি দলত যোগদান কৰি কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰা স্মৃতি ইৰাণীয়ে কিন্তু নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল সৰু পৰ্দা অৰ্থাৎ দুৰদৰ্শনৰ অভিনেত্ৰী হিচাপেহে! একেদৰে শ্বাহৰুখ খানেও নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল দুৰদৰ্শনৰ অভিনেতা হিচাপে! গতিকে দুয়ো গৰাকী অভিনেতা অভিনেত্ৰীৰ হয়তো প্ৰথম পৰিচয় মাণ্ডীহাউচতেই হৈছিল ! ৯০ দশকতেই আৰম্ভ হৈছিল স্মৃতি ইৰাণী আৰু শ্বাহৰুখ খানৰ অভিনয় জীৱনৰ আৰম্ভণি ! পৰৱৰ্তী সময়ত মাণ্ডীহাউচ এৰি মায়ানগৰী মোম্বাই অভিমূখে ৰাওনা হয় শ্বাহৰুখ খান আৰু যোৱা ৩০ বছৰত মোম্বাই হিন্দী চলচিত্ৰ জগতত অভূতপূৰ্ব সফলতা লাভ কৰে! তাৰ বিপৰীতে স্মৃতি ইৰাণীয়ে বিজেপিত যোগদান কৰি এগৰাকী হিন্দুত্ববাদী নেত্ৰীৰ পৰিচয় পায়! কিন্তু তৎসত্বেও যোৱা ৩০ বছৰ ধৰি দুয়োৰে মাজত সু- সম্পৰ্ক থকাতো যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ! অৱশ্যে বিজেপি নেত্ৰী গৰাকীয়ে জনোৱা অনুসৰি তেওৰ স্বামীৰ সৈতেহে শ্বাহৰুখ খানৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আছে।

অহা ১৫ বছৰৰ বাবে পৰিকল্পনা লৈছে বেজেপিয়ে।
সীতাৰমনৰ বাজেটক ভাল বাজেট আখ্যা দিলে স্মৃতি ইৰাণীয়ে।
জনতাক সপোন দেখুৱাবলৈ শিকিলে নেকি স্মৃতি ইৰাণীয়ে?
প্ৰধান মন্ত্ৰী মোদীৰ পদাংক অনুসৰণ প্ৰাক্তন অভিনেত্ৰীৰ।

একে সময়তে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে বাজেট সম্পর্কে মন্তব্য কৰে যে দেশ কেনেকৈ আগবাঢ়িব পাৰে, ইয়াৰ আভাস এই বাজেটত উপলব্ধ। তেওঁ কয়, আন্তঃগাঁথনি খণ্ডত ১০ লাখ কোটি টকাৰ প্ৰস্তাৱে প্ৰমাণ কৰে যে এই বাজেট ভৱিষ্যতৰ বাজেট আন্তঃগাঁথনিৰ অধীনত যেতিয়া পথ আৰু বিমানবন্দৰ নিৰ্মাণ হ’ব তেতিয়া ই কেৱল আজিয়েই নহয় ১০-১৫ বছৰৰ পাছতো দেশৰ প্ৰগতিত সহায় কৰিব।

পাৰিবাৰিক সম্পৰ্ক ৰাজহুৱা কৰিছে স্মৃতি ইৰাণীয়ে।
শ্বাহৰুখ খানক অপমান কৰিব কিয়? স্মৃতি ইৰাণীৰ প্ৰশ্ন।
শিল্পীক সন্মান কৰিব নাজানে কোনে ?
নাৰীক অপমান কৰে নেকি কংগ্ৰেছে ?

ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোত শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালৰ সম্পৰ্কৰ বিষয়েও মুকলিকৈ কয়। শ্বাহৰুখ খানে যে তেওঁৰ ডাঙৰ কন্যাৰ নাম ৰাখিছে সেই কথা মানুহে হয়তো নাজানে। স্বামী আৰু শ্বাহৰুখৰ মাজত ৩০ বছৰীয়া বন্ধুত্ব গতিকে যি কোৱা হৈছে সেয়া সম্পূৰ্ণ সত্য নহয় আজিও শিল্পীগৰাকীক সন্মান জনোৱা হয় কোনো বিশেষ ব্যক্তিৰ বিষয়ে মন্তব্য কৰাটো উপযুক্ত নহয়। সীমাৰ ভিতৰৰ পৰা এই প্ৰতিবাদ, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয়, স্বাধীনতাৰ প্ৰতি কোনো পক্ষপাতিত্ব থাকিব নালাগে। কোনোবাই যদি কিবা এটা ভাল নাপায় তেন্তে সীমাৰ ভিতৰতে প্ৰতিবাদ কৰিব লাগে। স্মৃতি ইৰাণীয়ে কয়, কংগ্ৰেছত এনেকুৱা নেতা আছে যিয়ে নাৰীক লৈ অশ্লীল মন্তব্য কৰিছে, আৰু ৰাহুল আৰু ছোনিয়াজীয়ে তেওঁলোকৰ বাবে প্ৰচাৰ চলাইছিল।