লক ডাউনৰ সময়ত মহানগৰীত বেংকৰ কোন-কোন শাখা খোলা থাকিব ?
লকডাউনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ গুৰুত্বপুৰ্ণ সিন্ধান্ত । গুৱাহাটী মহানগৰীত ল’ক ডাউনৰ সময়ছোৱাত গ্ৰাহকৰ সেৱাৰ বাবে খোলা থাকিব ভাৰতীয় ষ্টেট বেংকৰ মাত্ৰ ৭টা শাখা গ্ৰাহকৰ সেৱাৰ বাবে খোলা থাকিব।
শাখাকেইটা ক্ৰমে –
- গুৱাহাটী (এম.জি.ৰোড) শাখা
- দিছপুৰ শাখা
- গুৱাহাটী মেডিকেল কলেজ শাখা
- মালিগাঁও শাখা
- গুৱাহাটী বিমান বন্দৰ শাখা
- অসম সচিবালয় শাখা
- কৰ্মাচিয়েল বেংক গুৱাহাটী শাখা