Local, Vocal, Global

মঙলদৈ খণ্ড বন সংমণ্ডলত ট্ৰাক ভৰ্তি চোৰাং কাঠ জব্দ ৷ আংশিক লকডাউনৰ মাজতে চোৰাং ব্যৱসায়ী সকলে গঢ়ি তুলিছে ৰমৰমীয়া বেহা ৷ ৰঙীয়া বন সংমণ্ডলৰ ডিএফঅ’ দিপক ডেকাৰ খবৰৰ ভিত্তিত মঙলদৈ খণ্ড বন বিষয়া খগেন কলিতাৰ নেতৃত্বত যোৱা এটি দলে দৰং জিলাৰ বৰিগাওঁৰ এখন লাইন হোটেলৰ সন্মুখৰ পৰা চোৰাং কাঠ ভৰ্তি ১৪ চকীয়া ট্ৰাক জব্দ কৰে

মঙলদৈ খণ্ড বন সংমণ্ডলত ট্ৰাক ভৰ্তি চোৰাং কাঠ জব্দ ৷

আংশিক লকডাউনৰ মাজতে চোৰাং ব্যৱসায়ী সকলে গঢ়ি তুলিছে ৰমৰমীয়া বেহা ৷

ৰঙীয়া বন সংমণ্ডলৰ ডিএফঅ’ দিপক ডেকাৰ খবৰৰ ভিত্তিত মঙলদৈ খণ্ড বন বিষয়া খগেন কলিতাৰ নেতৃত্বত যোৱা এটি দলে দৰং জিলাৰ বৰিগাওঁৰ এখন লাইন হোটেলৰ সন্মুখৰ পৰা চোৰাং কাঠ ভৰ্তি ১৪ চকীয়া ট্ৰাক জব্দ কৰে